Jaatra
Jaatra
  • Видео 172
  • Просмотров 16 534 166
'ৰেন মৌ'ত আইচেংফাৰ স'তে সুৰীয়া কণ্ঠৰ শিল্পী দিক্ষু শর্মা @DikshuSarma
Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so muc...
Просмотров: 13 047

Видео

'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্ৰিয় ইউটিউবাৰ হৰপল শইকীয়া আৰু তেওঁৰ মাতৃ ৰুণুমী শইকীয়া@savageharpal
Просмотров 250 тыс.День назад
Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents. The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Aho...
'যাত্রা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে আবেদনভৰা কণ্ঠৰ শিল্পী বিশ্রুত শইকীয়া@BishrutSaikia
Просмотров 41 тыс.14 дней назад
Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents. The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Aho...
'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্ৰিয় অভিনেত্রী-গায়িকা- নৃত্যপটীয়সী সৃজনী ভাস্ব মহন্ত #mentalhealth
Просмотров 30 тыс.21 день назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্ৰিয় অভিনেত্রী-গায়িকা- নৃত্যপটীয়সী সৃজনী ভাস্ব মহন্ত #mentalhealth
'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক ভাস্কৰ অপ্সৱেল @BHASKAROPSWEL
Просмотров 143 тыс.Месяц назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক ভাস্কৰ অপ্সৱেল @BHASKAROPSWEL
'ৰেন মৌ'ত আইচেংফাৰ স'তে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সাংসদ সন্মানীয় শ্ৰীযুত গৌৰৱ গগৈ দেৱ।
Просмотров 158 тыс.Месяц назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সাংসদ সন্মানীয় শ্ৰীযুত গৌৰৱ গগৈ দেৱ।
'ৰেন মৌ'ত আইচেংফাৰ স'তে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সন্মানীয়া মীৰা বৰঠাকুৰ EP 38
Просмотров 42 тыс.Месяц назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সন্মানীয়া মীৰা বৰঠাকুৰ EP 38
'ৰেন মৌ'ত আইচেংফাৰ স'তে 'নন্দিনী'ৰ সম্পাদক, সু-লেখিকা মাইনী মহন্ত। EP 37
Просмотров 65 тыс.2 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে 'নন্দিনী'ৰ সম্পাদক, সু-লেখিকা মাইনী মহন্ত। EP 37
'ৰেন মৌ'ত আইচেংফাৰ স'তে আহিবলগীয়া নতুন কথাছবি 'Finding মাইনি' ৰ অভিনেতা অতনু মহন্ত আৰু বনী দেউৰী
Просмотров 11 тыс.2 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে আহিবলগীয়া নতুন কথাছবি 'Finding মাইনি' ৰ অভিনেতা অতনু মহন্ত আৰু বনী দেউৰী
'ৰেন মৌ'ত আইচেংফাৰ স'তে আবেদনভৰা কণ্ঠৰ শিল্পী কৃষ্ণমণি নাথ EP35 ft. @symphony8
Просмотров 82 тыс.2 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে আবেদনভৰা কণ্ঠৰ শিল্পী কৃষ্ণমণি নাথ EP35 ft. @symphony8
'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক লক্ষী চন্দ্র
Просмотров 29 тыс.2 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক লক্ষী চন্দ্র
'ৰেন মৌ'ত আইচেংফাৰ স'তে অসমৰ সু-কণ্ঠী শিল্পী বৰ্ণালী কলিতা @BORNALIKALITA
Просмотров 44 тыс.2 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে অসমৰ সু-কণ্ঠী শিল্পী বৰ্ণালী কলিতা @BORNALIKALITA
'ৰেন মৌ'ত আইচেংফাৰ স'তে সদ্য মুক্তিপ্ৰাপ্ত কথাছবি 'Wide Angle' ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেত্ৰী
Просмотров 11 тыс.2 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে সদ্য মুক্তিপ্ৰাপ্ত কথাছবি 'Wide Angle' ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেত্ৰী
'ৰেন মৌ'ত আইচেংফাৰ স'তে দৰদী কণ্ঠৰ জনপ্ৰিয় শিল্পী মৌচম গগৈ || EP 31 ft. MOUSAM GOGOI
Просмотров 147 тыс.3 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে দৰদী কণ্ঠৰ জনপ্ৰিয় শিল্পী মৌচম গগৈ || EP 31 ft. MOUSAM GOGOI
'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ এগৰাকী অধ্যয়নশীল তথা চিন্তাশীল যুৱক ত্রিদীৱ ভাগৱতী || EP 30
Просмотров 59 тыс.3 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ এগৰাকী অধ্যয়নশীল তথা চিন্তাশীল যুৱক ত্রিদীৱ ভাগৱতী || EP 30
'ৰেন মৌ'ত আইচেংফাৰ স'তে 'অসম গণ পৰিষদ' দলৰ নেতা শ্ৰীযুত মণিমাধৱ মহন্ত
Просмотров 6 тыс.3 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে 'অসম গণ পৰিষদ' দলৰ নেতা শ্ৰীযুত মণিমাধৱ মহন্ত
'ৰেন মৌ'ত আইচেংফাৰ স'তে "ভাৰতীয় জাতীয় কংগ্ৰেছ" দলৰ (অসমৰ) মাননীয় সাংসদ শ্রীযুত প্রদ্যুৎ বৰদলৈ
Просмотров 15 тыс.3 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে "ভাৰতীয় জাতীয় কংগ্ৰেছ" দলৰ (অসমৰ) মাননীয় সাংসদ শ্রীযুত প্রদ্যুৎ বৰদলৈ
'ৰেন মৌ'ত আইচেংফাৰ স'তে "ভাৰতীয় জনতা পাৰ্টি" (BJP) অসম প্ৰদেশৰ মুখপাত্র শ্রীযুত লক্ষ্য কোঁৱৰ
Просмотров 2,5 тыс.3 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে "ভাৰতীয় জনতা পাৰ্টি" (BJP) অসম প্ৰদেশৰ মুখপাত্র শ্রীযুত লক্ষ্য কোঁৱৰ
'ৰেন মৌ'ত আইচেংফাৰ স'তে "অসম জাতীয় পৰিষদ"ৰ (AJP) সভাপতি লুৰিণজ্যোতি গগৈ || ft. LURINJYOTI GOGOI
Просмотров 84 тыс.3 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে "অসম জাতীয় পৰিষদ"ৰ (AJP) সভাপতি লুৰিণজ্যোতি গগৈ || ft. LURINJYOTI GOGOI
'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ নিবন্ধকাৰ/গীতিকাৰ ৰাহুল গৌতম শৰ্মা | EP 25 ft. RAHUL GAUTAM
Просмотров 100 тыс.4 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ নিবন্ধকাৰ/গীতিকাৰ ৰাহুল গৌতম শৰ্মা | EP 25 ft. RAHUL GAUTAM
'ৰেন মৌ'ত আইচেংফাৰ স'তে "Life Of A Driver - কেবিনৰ ইপাৰে" ৰ স্রষ্টা ৰূপম দত্ত | EP24 @Rupamdutta-load
Просмотров 69 тыс.4 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে "Life Of A Driver - কেবিনৰ ইপাৰে" ৰ স্রষ্টা ৰূপম দত্ত | EP24 @Rupamdutta-load
'ৰেন মৌ'ত আইচেংফাৰ স'তে অসম গৌৰৱ, প্রখ্যাত শৰীৰচৰ্চাবিদ মহাদেৱ ডেকা || EP 23 ft. Mahadev Deka
Просмотров 24 тыс.4 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে অসম গৌৰৱ, প্রখ্যাত শৰীৰচৰ্চাবিদ মহাদেৱ ডেকা || EP 23 ft. Mahadev Deka
'ৰেন মৌ'ত আইচেংফাৰ স'তে সংগীত শিল্পী যুতিমালা বুঢ়াগোহাঁই আৰু শান্তনু গগৈ| EP22 @JutimalaBuragohain
Просмотров 22 тыс.4 месяца назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে সংগীত শিল্পী যুতিমালা বুঢ়াগোহাঁই আৰু শান্তনু গগৈ| EP22 @JutimalaBuragohain
'ৰেন মৌ'ত আইচেংফাৰ স'তে অভিনেত্ৰী প্রস্তুতি পৰাশৰৰ জীয়াৰী প্রাজনা প্রজাক্তা (হিয়া) EP 21 ft. Hiya
Просмотров 278 тыс.5 месяцев назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে অভিনেত্ৰী প্রস্তুতি পৰাশৰৰ জীয়াৰী প্রাজনা প্রজাক্তা (হিয়া) EP 21 ft. Hiya
"ৰেন মৌ"ত আইচেংফাৰ স'তে অনন্য কণ্ঠৰ বিশিষ্ট লোকশিল্পী সন্মানীয় খগেন গগৈ। EP 20 ft. Khagen Gogoi
Просмотров 406 тыс.5 месяцев назад
"ৰেন মৌ"ত আইচেংফাৰ স'তে অনন্য কণ্ঠৰ বিশিষ্ট লোকশিল্পী সন্মানীয় খগেন গগৈ। EP 20 ft. Khagen Gogoi
'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় ৰসিক অভিনেতা সিদ্ধাৰ্থ শর্মা || EP 19 ft. @siddharthasharma19
Просмотров 201 тыс.5 месяцев назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় ৰসিক অভিনেতা সিদ্ধাৰ্থ শর্মা || EP 19 ft. @siddharthasharma19
'ৰেন মৌ'ত আইচেংফাৰ স'তে ব্যতিক্রমী কণ্ঠৰ গায়িকা গীতাঞ্জলী দাস || EP18 ft. @GitanjaliDas
Просмотров 81 тыс.6 месяцев назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে ব্যতিক্রমী কণ্ঠৰ গায়িকা গীতাঞ্জলী দাস || EP18 ft. @GitanjaliDas
'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট বাদ্যযন্ত্রী/সংগীতশিল্পী ৰাজা বৰুৱা আৰু শেখৰ জ্যোতি গোস্বামী EP 17
Просмотров 291 тыс.6 месяцев назад
'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট বাদ্যযন্ত্রী/সংগীতশিল্পী ৰাজা বৰুৱা আৰু শেখৰ জ্যোতি গোস্বামী EP 17
'ৰঙাটাপু'ৱে আচলতে কি ক'ব খোজে ? || Jaatra EP 16 feat. Adityam Saikia
Просмотров 17 тыс.6 месяцев назад
'ৰঙাটাপু'ৱে আচলতে কি ক'ব খোজে ? || Jaatra EP 16 feat. Adityam Saikia
'যাত্ৰা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী @priyankabharaliofficial EP15
Просмотров 112 тыс.7 месяцев назад
'যাত্ৰা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী @priyankabharaliofficial EP15

Комментарии

  • @PompyBorahRajkonwar
    @PompyBorahRajkonwar 2 часа назад

    Nice show.

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 9 часов назад

    সঁচাই এটা বৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ তৃদ্বীপ ভাগৱতী আমাতকৈ বয়সত সৰু যদিও তেওঁৰ চিন্তা ধাৰা বহুত উপৰত কথা কোৱাৰ ভংগিমা সঁচাই অতুলনীয় প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ ইমান সুন্দৰকৈ দিছে ভাল লাগিল আজিৰ পৰা এজন আদৰ্শ ব্যক্তি হিচাপে বাচি লৈছো আগুৱাই যাওক জীৱনৰ বাটত নিজৰ উন্নত চিন্তাধাৰাৰ আৰু বিকাশ হওঁক তাকে কামনা কৰিছোঁ

  • @bitumachari7022
    @bitumachari7022 11 часов назад

    সংগীত জগতৰ এক অন্যতম ইতিহাস জুবিন দা, অকল সংগীত জগত বুলি কলে ভুল হব হয়টো তেওঁ আচলতে এক অনন্য সৃষ্টি, মানৱ দৰদী। বহুত বেছি ভাল লাগিল আচলতে podcast তো চাই, অলপো skip নকৰাকৈ চালোঁ সম্পূৰ্ণ episode টো, একেবাৰে নিচেই সন্মুখত লগ পোৱা যেন লাগিল জুবিন দাক, যদিওঁ লগ পোৱা নাই কিন্তু লগ পোৱাৰ হাবিয়াস টো আছে, কাৰণ তেওঁ জুবিন গাৰ্গ, ধন্যবাদ থাকিল আপোনালৈ, সুদূৰ banglore ৰ পৰা চাই আছোঁ,❤❤❤❤

  • @niloysaharia9028
    @niloysaharia9028 13 часов назад

    আপুনি যে আৰম্ভনি টে কয় "সহযাত্ৰী" বহুত‌ ভাল‌ লাগে লগতে আপোনাৰ কথা কোৱাৰ শৈলীটৌ বহুত ধুনীয়া লাগে ।। ❤❤❤

  • @Rabhajyotika
    @Rabhajyotika 14 часов назад

    ❤❤❤

  • @missanamikahandiqueanamika9067
    @missanamikahandiqueanamika9067 16 часов назад

    ৰূপম ভূঞা ছাৰক আমন্ত্ৰণ কৰিব 🙏❤

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 17 часов назад

    আইচেংফাৰ তোমাৰ সাক্ষাৎকাৰ বোৰ চাই সন্তুষ্টি লভো বাকি কৱলগা বিষয় নাথাকে বাবে সন্তোষীত হৈ থাকো আৰু কৃষ্ণ প্ৰাৰ্থনাৰ বাবে বৰ বেছি স্পষ্ট ভাবে অন্য বিভিন্ন বিষয়ত লাগি নাথাকো অ'কণ মান পাগলৰ দৰে লিখাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টাওকৰিছো উনৈশ চনৰ পৰা হাটৰ উপনীত চহি মাৰিবলৈ সক্ষম নাছিলো পেন্সনৰ কাম ডক্তৰ আৰু কৰ্তৰ আদেশত উলিয়াইছো বৰ্তমান লিখা সমুহ ব্যৱহাৰ অনুপযোগী হ'ব নালাগে কিন্তু মোৰ এই লিখা বোৰ সুন্দৰ ভাবে যুগোতাই দিওঁতাৰ অভাৱত কাকো দিয়া হোৱা নাই বহুতো তত্ব সম্পূৰ্ণ তথ্য আছে ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ মোলৈ বাৰ্তা অহা নাই কিন্তু তাত উল্লেখ কৰা বহুতো কথাই মোৰ চকুত ভাহি উঠিছে মানৱতা বোধৰ অভাৱ ইয়াৰ প্ৰধান গুৰুত্বপূৰ্ণ দিশ সামৰি লিখা হৈছিল।। বহুত হ'ল আমণি পালা নহয়???❤❤❤ ❤ শুভ বিয়লি।।

  • @user-jv7tb5pt5w
    @user-jv7tb5pt5w 19 часов назад

    প্ৰশ্ন সমূহ পৃথক কৰিবলৈ চাব

  • @user-de5rm6ey6j
    @user-de5rm6ey6j 20 часов назад

    মানস ৰবীনক মাতিবা বুলি আশা কৰিলো

  • @MomiMomin-hy2hz
    @MomiMomin-hy2hz 22 часа назад

    Tumar hurtu eman dhuni ba timeu gan gaba

  • @himadrigogoi2242
    @himadrigogoi2242 22 часа назад

    ভাল লাগিল বহুত ভাল লাগিল 👌👌

  • @kashmirimedhi5790
    @kashmirimedhi5790 22 часа назад

    বহুত বহুত বহুত বেছি ভাল লাগিছে

  • @swapnaleesaikia9904
    @swapnaleesaikia9904 День назад

    বহুত ভাল লাগিছে

  • @user-mc4kx2bx4f
    @user-mc4kx2bx4f День назад

    Job first tar pst music ata job thkile apuni music line t aru aguai jbo paribo ata homoy t singer hoy life time khbo nuari 😊

  • @utpalakalitabharali755
    @utpalakalitabharali755 День назад

    Khub vhal lagil Ba❤❤❤

  • @sitashreesharma8252
    @sitashreesharma8252 День назад

    26:16😊 ❤

  • @rajanaidu4896
    @rajanaidu4896 День назад

    Nice

  • @pran5596
    @pran5596 День назад

    Ey show tu suwa mur aji khoite sariba hol o ...Baa ....

  • @sajidahmed1066
    @sajidahmed1066 День назад

    Baa kotha bur emn mrm lga ru dada kotha koboi nlgy❤❤❤

  • @usharaniboruah044
    @usharaniboruah044 День назад

    Bohut bhal lagil,,,,,haahiilu dai❤❤❤❤❤❤❤

  • @GiyaniDeori-gf5pm
    @GiyaniDeori-gf5pm День назад

    Acharjya borpatra k matiba

  • @rakeshrajmusical6939
    @rakeshrajmusical6939 День назад

    A life of a driver kitap kon pohi val lagisil Aku video sai bohut val lagil❤❤❤

  • @njintumonisinging646
    @njintumonisinging646 День назад

    বা plz Neel Akash দাদাক মাতিব মই Neel dak bohut besi vll pau aru Neel dar dore ajon dangor manu hbo bisaru plz plz plz Neel dak invite kribo

  • @subarnakashyapmusic
    @subarnakashyapmusic День назад

    He is right women is more powerful than man I agree and I respect women I respect lady❤

  • @BinaGohain-un2ot
    @BinaGohain-un2ot День назад

    Br vl lagil dhonyobad jonalu

  • @prajwalitasaikia4632
    @prajwalitasaikia4632 День назад

    Eya he asol axomiya ❤

  • @aparajitaphukan1371
    @aparajitaphukan1371 День назад

    So beautiful ❤❤

  • @mb1734
    @mb1734 День назад

    নিজৰ মূল্যবান সময়খিনি খৰছ কৰি অনুষ্ঠানটো চালোঁ যেতিয়া নিজৰ মন্তব্যটি দি যাওঁ....খুবেই সুন্দৰ লাগিল অনুষ্ঠানভাগ,দিক্ষু দা আমাৰ প্ৰিয় শিল্পী,আদৰৰ...কিন্তু শেষৰ ফালে আইচেংফা বাই ৰাজনৈতিক শিতানত সোধা প্ৰশ্নত যেতিয়া দিক্ষু দাই এৰাই চলাৰ কথা কলে সেইটো অলপ চিন্তাৰ বিষয়।কিয়নো আমি প্ৰত্যেকেই প্ৰত্যক্ষ/পৰোক্ষভাৱে ৰাজনীতিৰ লগত জড়িত হৈ থাকো...এটা সুস্থ ৰাজনৈতিক বিশ্লেষণ আমাৰ থাকিবই লাগিব...কেৱল ৰাইজৰ বৰঙণিৰে গান গালেই এজন শিল্পীৰ দায়িত্ব শেষ হৈ নাযায়...দিক্ষু দাই যিদৰে প্ৰথমেই কৈছিল এজন শিল্পীক বহুজনে follow কৰে,ঠিক সেইদৰে ৰাজনৈতিক দিশত জাতিৰ উন্নয়নৰ বাবে এজন শিল্পীৰ নিজা দৃষ্টিকোণ থাকিবই লাগিব।।যেতিয়া সমাজে এজন ব্যক্তিক শিল্পী বুলি সম্বোধন কৰে,তেতিয়া সেই শিল্পীজনে হাজাৰজনৰ হৈ সমাজৰ যটিল সময়ত মাত মাতিব পৰা ক্ষমতা থাকিবই লাগিব...সেইয়া লাগিলে ৰাজনৈতিক বিভীষিকাই হওঁক বা অন্য সমস্যাই হওঁক.....।।।

  • @ragini_musical
    @ragini_musical День назад

    Zubeen dar pisotei Bhaskar Opswel dadar Sthan disu 😊❤❤❤ Anedore agontok dinbutot xundor xundor Geet agborhai thkibo buli akha korilu Bhaskar da 😊❤❤❤

  • @jeeplalpatar
    @jeeplalpatar День назад

    o baa sonjib bora ku matib sun.val gaan gai

  • @BornaliChetia-hh5dj
    @BornaliChetia-hh5dj День назад

    Bahut ভাল লাগে হৰপল ক, মইও লক্ষ্মী নাথ বেজ বৰুৱাতে পঢ়া, ভন্টি হে নাজিৰা DPS ত পঢ়া। আগবাঢ়ি যোৱা।

  • @Jiyan__musical
    @Jiyan__musical День назад

    tarun tanmoy r interview LAGE

  • @MrSharma22
    @MrSharma22 День назад

    নিশ্চয় এজন মহান শিল্পীৰ interview লওঁতে বা প্ৰশ্ন কৰোঁতে আইচেংফা আপোনাৰ মাতটো কঁপি উঠিছে, এইটো স্বাভাৱিক.... বহুতেই ভাল লাগিল আমাৰ সকলোৰেই প্ৰিয় শিল্পীগৰাকীৰ সৈতে আপোনাৰ অনুষ্ঠানটি ধন্যবাদ 🙏

  • @user-tg8yq6bn7n
    @user-tg8yq6bn7n День назад

    বৰ অসম গানটো বহুত ভাল পাওঁ

  • @entertainmentexpress7144
    @entertainmentexpress7144 День назад

    Raja da ❤sekhar da ❤

  • @krishnahazarika6391
    @krishnahazarika6391 День назад

    💞💞💞

  • @ctcreation6549
    @ctcreation6549 День назад

    He is a down to earth man. He is from Nalbari, my home soil. ❤❤

  • @ZubeenCreationStudio
    @ZubeenCreationStudio День назад

    আমাৰ মৰমৰ দীক্ষু দা ❤️

  • @kakaleekrishna5981
    @kakaleekrishna5981 День назад

    Val lgil ❤

  • @entertainmentexpress7144
    @entertainmentexpress7144 День назад

    Sekhar da ❤

  • @entertainmentexpress7144
    @entertainmentexpress7144 2 дня назад

    প্ৰিয় শিল্পী.... কি কন্ঠ ❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 2 дня назад

    ভাল লাগিল অনুষ্ঠানটো চাই। বহুত হাঁহিলো দেই😂😂😂❤❤❤

  • @user-ih6zx7df8c
    @user-ih6zx7df8c 2 дня назад

    আপোনাৰ ভিদিঅ বোৰ সদায় চাওঁ.... মাইনী বাইদেওঁ মোৰ প্ৰিয় ❤

  • @phulmonibhuyan6575
    @phulmonibhuyan6575 2 дня назад

    Last kotha 2 harpal r khub khub val lagi gol......👍👍👍👍👍

  • @rimpigogoi2177
    @rimpigogoi2177 2 дня назад

    Ohh my god.. Peticoat t ke besi staff rakhisa bule 😂😂😂😂

  • @rimpigogoi2177
    @rimpigogoi2177 2 дня назад

    Aichangfa Baa aapuner kothabur hunile huni thakibor mon jai..❤❤❤ Nd Harpal he is always favourite...❤❤

  • @swarnabhajani6884
    @swarnabhajani6884 2 дня назад

    দীক্ষুৰ কথাবোৰ ভাল লাগিছে । শুভ কামনা জনালোঁ‌।

  • @Rimpeedas2467
    @Rimpeedas2467 2 дня назад

    Baru valei hol seitu krne he ami harpal dak palu😅

  • @jayashreekalita2869
    @jayashreekalita2869 2 дня назад

    Val lagil❤

  • @mouSsak69
    @mouSsak69 2 дня назад

    Nonsense.. অসমৰ পৰা বহুত ডাঙৰ আৰু ভাল মানুহ ওলাইছে বোপাই আৰু ওলাই থাকিব । Stop copying zubeen. ডাঙৰকৈ চিন্তা কৰা যাদৱ পায়েং আছে, আকাশ জ্যোতি গগৈ ( বাহুবলী eggs), মুখা শিল্পক সজীৱ কৰি ৰখা হেমচন্দ্ৰ গোস্বামী আছে । উপলুঙা কৰি কথা কোৱা স্বভাৱটো এৰিলে ভাল ।